text
stringlengths
0
188k
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>Explained: 4th Sero Survey: The Fourth Seroprevalence Survey by ICMR key-pointsদেশৰ ৪০ কোটি লোক কোভিডৰ আৱৰ্তত, শিশুসকল ভবাতকৈ শক্তিশালী, ICMRৰ জৰীপত গুৰুত্বপূৰ্ণ তথ্য– News18 assam
Explained
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
explained
»
Explained: 4th Sero Survey: দেশৰ ৪০ কোটি লোক কোভিডৰ আৱৰ্তত, শিশুসকল ভবাতকৈ শক্তিশালী, ICMRৰ জৰীপত গুৰুত্বপূৰ্ণ তথ্য
Explained: 4th Sero Survey: দেশৰ ৪০ কোটি লোক কোভিডৰ আৱৰ্তত, শিশুসকল ভবাতকৈ শক্তিশালী, ICMRৰ জৰীপত গুৰুত্বপূৰ্ণ তথ্য
শিশুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদৰ্শন কৰিছে, যি প্ৰাপ্তবয়স্কসকলৰ সমান।
শিশুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদৰ্শন কৰিছে, যি প্ৰাপ্তবয়স্কসকলৰ সমান।
News18 Assam
Last Updated : July 29, 2021, 18:11 IST
Share this:
Gautam Barman
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) অলপতে SARS COV-2ক লৈ প্ৰকাশ কৰা চতুৰ্থ চেৰো প্ৰিভিলেন্স ছাৰ্ভেৰ প্ৰতি‍বেদনত প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ তথ্য। প্ৰতিবেদনখনে দেশত আগন্তুক কোভিডৰ একাধিক তৰংগ আৰু সাম্প্ৰতিক পৰিস্থিতিক লৈও সতৰ্ক কৰি দিছে। ইয়াৰ লগতে প্ৰতিবেদনখনে কিছু আশাৰ বতৰা আনিছে যদিও কোভিডৰ আশংকাও কঢ়িয়াই আনিছে।
কিদৰে কৰা হৈছিল জৰীপ
৬ৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলকো চেৰো জৰীপত প্ৰাপ্তবয়স্কসকলৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল। চেৰো জৰীপৰ বাবে ২৮,৯৭৫জন লোকৰ নমুনা লোৱা হৈছিল আৰু লগতে ৭,২৫২গৰাকী স্বাস্থ্য সেৱা কৰ্মীৰো নমুনা লোৱা হৈছিল। জৰীপটো যোৱা জুনৰ পৰা প্ৰথম সপ্তাহৰ জুলাইলৈ চলোৱা হৈছিল। প্ৰতিখন জিলাৰ পৰা ১০খন গাঁও–ৱাৰ্ড প্ৰথমে বাছনি কৰা হৈছিল, য'ত প্ৰতিখন...
টিকাকৰণ আৰু এণ্টিবোডীৰ সংখ্যা
জৰীপ অনুসৰি, মুঠ ৬২.৩ শতাংশ টিকাকৰণ কৰা হয় আৰু ইয়াৰ ভিতৰত ৮৯.৪ শতাংশৰ সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হয় (দুগুণ পালি)। ৮১ শতাংশ লোকে কোভিড–১৯ ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে। কিন্তু এই সকলোবোৰ তথ্যৰ ভিতৰত উদ্বেগজনক কথা যে স্বাস্থ্য সেৱা কৰ্মীসকলৰ মাজৰ প্ৰায় ১০.৫ শতাংশ স্বাস্থ্য সেৱা কৰ্মীয়ে ভেকচিন গ্ৰহণ কৰা নাই। জৰীপটোত উল...
কোভিডৰ আশংকাত দেশৰ ৪০ কোটি লোক
জৰীপ অনুযায়ী দেশৰ ৬৭.৩ শতাংশৰ দেহত এণ্টিবোডী পোৱা গৈছিল। ৬ বছৰতকৈ অধিক বয়সৰ দেশৰ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক কোৰোণা সংক্ৰমণৰ আশংকাত আছে। অৰ্থাৎ দেশৰ তিনিজনৰ ভিতৰত এজন লোক বিপদাশংকাত আছে বা প্ৰায় ৪০ কোটি লোক এতিয়াও কোৰোণাৰ বিপদৰ পৰা মুক্ত নহয়। চেৰো জৰীপে প্ৰকাশ কৰিছে যে জনসংখ্যাৰ দুই-তৃতীয়াংশ লোকৰহে কোৰোণাৰ বি...
শিশুবোৰ ভবাতকৈ শক্তিশালী
জৰীপটোৱে আঙুলিয়াই দিছিল যে ৬ৰ পৰা ১৭ বছৰ বয়সৰ আধাতকৈ অধিক শিশু চেৰো পজিটিভ আছিল। নগৰ আৰু গ্ৰাম্য জনসংখ্যাত বিশেষ পাৰ্থক্য থকা দেখা নগৈছিল। গ্ৰাম্য আৰু চহৰাঞ্চলত চেৰো প্ৰিভিলেঞ্চ একে আছিল। এতিয়ালৈকে কেৱল প্ৰাপ্তবয়স্কৰ বাবেহে টিকাকৰণ কৰা হয়। তথাপি শিশুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদৰ্শন কৰিছে যি প্ৰাপ্তবয়স্কসকলৰ সমান। ...
এইখিনিতে এটা কথা যে আই চি এম আৰে আৰম্ভণিতে সতৰ্ক কৰি দিছিল যে তৃতীয় ঢৌৱে শিশুসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। কিন্তু এইমছৰ মুৰব্বী ড০ গুলেৰিয়াই কেইদিনমান আগতে কৈছিল যে শিশুসকল তৃতীয় ঢৌত সুৰক্ষিত, কিয়নো তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল আৰু সেয়েহে বিদ্যালয়সমূহ ক্ৰমান্বয়ে খুলিব পাৰি। এইবোৰে মানুহৰ মাজত বিভ্ৰ...
পৰৱৰ্তী তৰংগৰ আশংকা অধিক ক'ত, অনুষ্ঠান বৰ্জনৰ আহ্বান
চতুৰ্থ চেৰো জৰীপৰ বিৱৰণ দি আইচিএমআৰৰ সঞ্চালকপ্ৰধান ড০ বলৰাম ভাৰ্গৱে কয় যে যিবোৰ অঞ্চলত বহু লোকৰ এণ্টিবডী নাই, সেই অঞ্চলত কোৰোণাৰ সংক্ৰমণৰ আশংকা আছে। ড০ বলৰাম ভাৰ্গৱে কয় যে সামাজিক, ধৰ্মীয়, ৰাজনৈতিক বা যিকোনো ধৰণৰ সমাৱেশ পৰিহাৰ কৰিব লাগে। যদি অতি গুৰুত্বপূৰ্ণ নহয়, আপুনি সম্পূৰ্ণৰূপে টিকাকৰণ কৰাৰ পিছতহে ভ্ৰমণ কৰা দৰক...
বয়স অনুযায়ী এণ্টিব'ডী
৪৫-৬০ বছৰ বয়সৰ সৰ্বাধিক সংখ্যক লোকৰ ক্ষেত্ৰত এণ্টিবডী পোৱা যায়। জৰীপটোত দেখা গৈছিল যে ৬ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ ৫৭.২ শতাংশৰ এণ্টিবডী থকা দেখা গৈছিল। অৰ্থাৎ, তেওঁ কোৰোণাৰ দ্বাৰা সংক্ৰমিত হৈছিল। একেদৰে এণ্টিবোডী পোৱা গৈছিল ১০ৰ পৰা ১৭ বছৰ বয়সৰ ৬১.৬ শতাংশৰ, ১৮ৰ পৰা ৪৪ বছৰৰ ৬৬.৭ শতাংশৰ, ৪৫ৰ পৰা ৬০ বছৰৰ ৭৭.৬ শতাংশৰ আৰু ৬০ ...
ছাৰ্ভেক লৈ কি কয় বিশেষজ্ঞই
মন কৰিবলগীয়া কথা যে প্ৰতিবেদনখনত জিনোমিক অনুক্ৰমৰ কথা একেবাৰে উল্লেখ কৰা হোৱা নাই। যি পৰিস্থিতিত ভাইৰাছটোৰ বিভিন্ন প্ৰকাৰে শিৰোনাম দখল কৰিছে আৰু মানুহৰ মাজত বিভ্ৰান্তি আৰু ভয় সৃষ্টি কৰিছে, সেই তথ্যৰ অতি প্ৰয়োজন আছিল। ডেল্টা, ডেল্টা প্লাছ, কাপ্পা আৰু অন্যান্যসকলক ভয়ানক বুলি আঙুলিয়াই দিয়া হৈছে, কিন্তু ক'ত আৰু কিমান ...
Published by:Gautam Barman
First published: July 29, 2021, 18:08 IST